Hope You Enjoy This Assamese Bihu Song, lyrics এতিয়া হিয়া মোৰ | Etiya Hiya Mur | This song is sung by-Zubeen Garg, This Assamese Hit Song From Album- TUMI MUR MATHU MUR,, Lyrics by-Zubeen Garg. Music Label -: NK Production.
SONG DETAILS-
SONG- | Atiya Hiya Mur |
SINGER- | Zubeen Garg, |
LYRICS– | Zubeen Garg |
MUSIC- | NK Production |
ALBUM– | TUMI MUR MATHU MUR |
এতিয়া হিয়া মোৰ | Etiya Hiya Mur | Assamese Song Lyrics in Bengali version.

এতিয়া হিয়া মোৰ | Etiya Hiya Mur | Assamese Song Lyrics in Bengali version.
এতিয়া হিয়া মোৰ বৰষে তোমালৈ - এতিয়া বুকু মোৰ উলাহে নধৰে ওঁঠে ওঁঠে দিলা কিনো মনৰে ঠিকনা ? চকুতে চকু থৈ বোৱালা কামনা এতিয়া হিয়া মোৰ বৰষে তোমালৈ - এতিয়া বুকু মোৰ উলাহে নধৰে বুকুৰে ভিতৰে মৰমে নিগৰে ডাৱৰে পোহৰে তোমাকে সামৰে বুকুৰে ভিতৰে মৰমে নিগৰে ডাৱৰে পোহৰে তোমাকে সামৰে ঢৌ খেলা চুলিৰে শৰতৰ লুকাভাকু মিচিকিয়া হাঁহিৰে যেন ইপাৰ সিপাৰ বুকু অ’...অ’...অ’...
এতিয়া হিয়া মোৰ বৰষে তোমালৈ - এতিয়া বুকু মোৰ উলাহে নধৰে ওঁঠে ওঁঠে দিলা কিনো মনৰে ঠিকনা? চকুতে চকু থৈ বোৱালা কামনা তুমি সোণ বুকুৰে তুমি শোণিতৰে তুমি সপোনৰে তুমি দিঠকৰে তুমি সোণ বুকুৰে তুমি শোণিতৰে তুমি সপোনৰে তুমি দিঠকৰে নীলা নীলা চকুযুৰিত এন্ধাৰে কথা ক’লে আলফুল দুবাহুত আকৌ জীৱনে উশাহ পালে অ’...অ’...অ’... এতিয়া হিয়া মোৰ বৰষে তোমালৈ এতিয়া বুকু মোৰ উলাহে নধৰে ওঁঠে ওঁঠে দিলা কিনো মনৰে ঠিকনা? চকুতে চকু থৈ বোৱালা কামনা এতিয়া হিয়া মোৰ বৰষে তোমালৈ এতিয়া বুকু মোৰ উলাহে নধৰে ওঁঠে ওঁঠে দিলা কিনো মনৰে ঠিকনা ? চকুতে চকু থৈ বোৱালা কামনা ৷
এতিয়া হিয়া মোৰ | Etiya Hiya Mur | Song Lyrics in English.

এতিয়া হিয়া মোৰ | Etiya Hiya Mur | Song Lyrics in English.
Etiya Hiya mur borokhe tumale Etiya buku mur ulahe nodhore Uthe uthe dila kinu monore thikona Sokute soku thoi buwala kamona Etiya Hiya mur borokhe tumale Etiya buku mur ulahe nodhore Bukure vitore morome nigore Dawore puhore tumake xamore Bukure vitore morome nigore Dawore puhore tumake xamore Dhou khela sulire xorotor luka bhaku Misikiya hahire jen xeepar heepar buku 0 ..o..o...o Etiya Hiya mur borokhe tumale Etiya buku mur ulahe nodhore Uthe uthe dila kinu monore thikona Sokute soku thoi buwala kamona
Tumi hun bukure tumi xunitore Tumi xopunore tumi Dithokore Tumi hun bukure tumi xunitore Tumi xopunore tumi Dithokore Nila nila soku jurit andhaare kotha kole Alphul dubahut aako jibone uxha pale 0 ..o..o...o Etiya Hiya mur borokhe tumale Etiya buku mur ulahe nodhore Uthe uthe dila kinu monore thikona Sokute soku thoi buwala kamona Etiya Hiya mur borokhe tumale Etiya buku mur ulahe nodhore Uthe uthe dila kinu monore thikona Sokute soku thoi buwala kamona
এতিয়া হিয়া মোৰ | Etiya Hiya Mur | -VIEDO SONG-
PEOPLE ALSO LIKE THIS POST-